খেতিয়কৰ ভৱিষ্যত অন্ধকাৰ নেকি?

খেতি কৰিব নে ? আলোচনাটো আৰম্ভ হোৱা দিন হৈছিলেই কিন্তু ল’কডাউন সৃষ্ট পৃষ্ঠভূমিত ঘনাই আলোচনা হ’ব ধৰিলে – অমুকটো খেতি কৰা যাওক ৷ ইমান লাভ ৷ তমুকটো খেতি কৰা যাওক – সিমানকৈহে পাব ৷ এইটো পুলি ইমান সংখ্যক লগাই থওক ৷ দুবছৰৰ পাছত ইমান টকা পাব ৷ এই ধৰণৰ আলোচনাবোৰত চাবলৈ গ’লে ত্ৰুটি একো নাই […]