হজৰত মহম্মদ(ছ:)ৰ মানৱতা আৰু মানৱ অধিকাৰ

হজৰত মহম্মদ(ছ:)ৰ মানৱতা আৰু মানৱ অধিকাৰ (Human rights in Islam by Prophet Muhammad SAW) হজৰত মহম্মদ(ছ:) মানৱতাৰ মহাপ্ৰৱৰ্তক আছিল।তেওঁ সৰুৰে পৰাই সকলো দিশত মানৱতা আৰু মানৱ অধিকাৰ ৰক্ষাৰ চেষ্টা চলাইছিল।  যেতিয়া বদৰৰ যুদ্ধত প্ৰায় ৭০জন শত্ৰু সৈন্য বন্দী হৈছিল, মহম্মদে (ছ:) সেই সকলক উপযুক্ত পৰিমাণৰ খাদ্য আৰু পানী প্ৰদানৰ আদেশ দিছিল, যদিও তেওঁ আৰু তেওঁৰ […]

ইছলামীয় আইনত অৱদান মহম্মদ(ছ:)ৰ

ইছলামীয় আইনত অৱদান হজৰত মহম্মদে (ছ:) আইন বিভাগৰ বাবে বহুতো অৱদান আগবঢ়াইছে। প্ৰায় সকলো দিশতে তেওঁৰ অৱদান আছে। শ্বৰীয়া ইছলামীয় আইন পদ্ধতিক শ্বৰীয়া বুলিও কোৱা হয়। এই আইন সমূহ কোৰান, হাদীছ আৰু ইছলামীয় বিজ্ঞ সকলৰ ফতৱাৰ পৰা লোৱা হৈছে। শ্বৰিয়া শব্দৰ অৰ্থ হৈছে স্পষ্ট। এই শ্বৰিয়া নিয়ম মতেই মুছলমান সকলে জীৱন নিৰ্বাহ আৰু ছালাত তথা নামাজ- প্ৰাৰ্থনা, […]

হজৰত মহম্মদ (ছ:) ৰ জনপ্ৰিয়তা আৰু প্ৰভাৱশালী ব্যক্তিত্ব

Previous Page হজৰত মহম্মদ (ছ:) ৰ জনপ্ৰিয়তা আৰু প্ৰভাৱশালী ব্যক্তিত্ব দিনে দিনে সবল হোৱাৰ লগে লগে সমাজ ৰ মাজত থকা মধ্যমপন্থী কিছুমান ব্যক্তিয়ে তেঁওৰ আগত কব ধৰিলে যে যিহেতু তেওঁৰ চিন্তাধাৰা আৰু কাৰুকাৰ্য্য সমূহ সাধাৰণ মানৱ ত কৈ উচ্চমানদণ্ড ৰ সেয়ে সৰৰ্বসাধাৰণ মানুহে এইবোৰ কথা নুবুজে। এই চতুৰ উল্টা চিন্তাবিদ সকলে সৰ্বসাধাৰণক মহম্মদ (ছ:)ৰ কথা […]