Inda unites in crisis

In the time of lockdown this beautiful hindu family has arranged all the facilities for this muslim Mason labour and set the example of harmony this country needs.

লকডাউনত মাজুলীত আৱদ্ধ হোৱা এগৰাকী ইচলাম ধৰ্মীয় ৰাজমিস্ত্ৰিক ৰমজান মাহৰ ৰোজা ৰাখিবৰ বাবে সকলোখিনি সুবিধা কৰি দিছে- হিন্দু সম্প্ৰদায়ৰ এটি পৰিয়ালে। সাতামপুৰুষীয়া ঐক্য আজিও আছে অসমত আৰু ভবিষ্যতেওঁ থাকিব।        এইয়াই অসম সম্প্ৰীতিৰ এক মহান নিদৰ্শণ.,